Google search engine
33 C
Guwahati
Saturday, July 24, 2021
Google search engine
Homeআঞ্চলিকদ্বিতীয়, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰতো শ্বাহ, নাড্ডা

দ্বিতীয়, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰতো শ্বাহ, নাড্ডা

গুৱাহাটী : বিধানসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ প্ৰচাৰৰ ক্ষেত্ৰত প্ৰতিটো দলেই তুমুল প্ৰতিযোগিতাত নামি পৰা দেখা গৈছে৷ এইক্ষেত্ৰত আগবাঢ়ি আছে বিজেপি দল। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি ভালেমান শীৰ্ষ নেতা পুনৰ প্ৰচাৰৰ বাবে আহিব অসমলৈ৷

আৰু পঢ়িব পাৰিব : তামুলপুৰত পথ দুৰ্ঘটনা, নিহত দুজন…

৩০ মাৰ্চত পুনৰ অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা৷ ৩খন নিৰ্বাচনী সভাত অংশ ল’ব জে পি নড্ডাই৷ ধৰ্মপুৰ সমষ্টিৰ কৈঠালকুছি, বিলাসীপাৰা আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণীত অংশ ল’ব নিৰ্বাচনী সভাত৷

আৰু পঢ়িব পাৰিব : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাৰৰ উৎসাহ

তদুপৰি ৩১ মাৰ্চত পুনৰ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ৷ বিজনী, হাজো আৰু দিছপুৰ সমষ্টিত প্ৰচাৰ চলাব শ্বাহে৷ বিজনীত অজয় কুমাৰ ৰায়ৰ হৈ, হাজোত সুমন হৰিপ্ৰিয়াৰ হৈ আৰু দিছপুৰৰ প্ৰাৰ্থী অতুল বৰাৰ হৈ প্ৰচাৰ চলাব৷ সোণাপুৰত হ’ব দিছপুৰ সমষ্টিৰ নিৰ্বাচনী সভা৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
33 ° C
33 °
33 °
62 %
0kmh
75 %
Sat
31 °
Sun
33 °
Mon
33 °
Tue
32 °
Wed
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular