Google search engine
32 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeআঞ্চলিককাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোট, সাজু ৩৯টা সমষ্টি

কাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোট, সাজু ৩৯টা সমষ্টি

গুৱাহাটী : কাইলৈ অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ ইভিএমত বন্দী হ’ব মুঠ ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য৷ মুঠ ৩৯টা সমষ্টিৰ বাবে বৃহস্পতিবাৰে হ’ব নিৰ্বাচন৷ ইতিমধ্যে সুচাৰুৰূপে ভোটগ্ৰহণ সম্পন্ন কৰাৰ বাবে সাজু হৈছে প্ৰশাসন৷

আৰু পঢ়িব পাৰিব : ‘শৌচাগাৰ নিৰ্মাণ কৰিব নোৱাৰা কংগ্ৰেছে কি উন্নয়ন কৰিব’ : স্মৃতি ইৰাণীৰ কটাক্ষ !

মঙলবাৰে বিয়লি অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ৷ আজি পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে বিষয়া তথা কৰ্মচাৰীসকল৷ ইভিএম, যাৱতীয় সা-সৰঞ্জাম লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে বিষয়া-কৰ্মচাৰী৷

আৰু পঢ়িব পাৰিব : বিক্ৰী কৰা নাই! ৰাজহুৱা খণ্ডৰ অধীনতেই এনআৰএল

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত কেইবাগৰাকী ষ্টাৰ কেম্পেইনাৰে বিভিন্ন স্থানত প্ৰচাৰ চলায়৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ লগতে দলীয় সমৰ্থকে অংশ লয় প্ৰচাৰ অভিযানত৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
70 %
1.5kmh
75 %
Mon
32 °
Tue
28 °
Wed
31 °
Thu
33 °
Fri
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular