spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকপুনৰ এনকাউণ্টাৰ! আৰক্ষীয়ে কিয় চলালে গুলী?

পুনৰ এনকাউণ্টাৰ! আৰক্ষীয়ে কিয় চলালে গুলী?

ৰূপহীহাটঃ ৰূপহীহাটৰ জুৰীয়াত আৰক্ষীৰ গুলীত আহত হৈছে জালনোট সৰবৰাহকাৰী। আহত হোৱা ব্যৱক্তিজনৰ নাম ৰুস্তুম আলী| নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক দীপ্তি মালিৰ নেতৃত্বত চলিছিল এই অভিযান| জুৰীয়াৰ বগুৰাগুৰিত অভিযান চলাইছিলে আৰক্ষীয়ে।

জালনোটৰ ব্যৱসায়ৰ সৈতে জড়িত দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলী চলাবলৈ উদ্যত হৈছিল| আৰক্ষীয়ে নিজৰ প্ৰাণৰক্ষা কৰিবলৈ জালনোট সৰবৰাহকাৰী ৰুস্তুম আলীক ভৰিত গুলীয়ায়। দলটোৰ বাকী ৬জন সদস্য পলাই যাবলৈ সক্ষম হয়| ৰুস্তম আলীৰ ঘৰ তেজপুৰৰ জামুগুৰিত বুলি জানিব পৰা গৈছে|

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular