Google search engine
28 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeক্ৰীড়াইউৰো কাপৰ নতুন চেম্পিয়ন ইটালী

ইউৰো কাপৰ নতুন চেম্পিয়ন ইটালী

ইংলেণ্ড: শ্বাসৰূদ্ধকৰ ‘ইউৰো কাপ মেচ’ৰ নতুন চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে ইটালীয়ে৷ সুদীৰ্ঘ ৫৩ বছৰৰ পাছত ইউৰোৰ চেম্পিয়ন হিচাপে ইটালীয়ে এই জয়ৰ সোৱাদ লয়৷ নিৰ্ধাৰিত সময়ত ১-১ গ’লত ড্ৰ’ হৈছিল খেলখন৷

ইউৰো কাপৰ পেনাল্টি শ্বুট আউটত ৩-২ৰ ব্যৱধানত ইংলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰে ইটালীয়ে৷ ইটালীৰ জয়ত মুখ্য ভুমিকা গ্ৰহণ কৰে দলৰ গ’ল কীপাৰ ড’না ৰুম্মাই৷ ‘প্লেয়াৰ অব্ দ্য মেচ’ৰ সন্মান লাভ কৰে ২২ বছৰীয়া ড’না ৰুম্মাই৷

ইপিনে ঘৰুৱা সমৰ্থকৰ সন্মুখতে বিফল হ’ল ইংলেণ্ড৷ প্ৰথম অৱস্থাৰপৰা ইটালীৰ বিৰুদ্ধে ইংলেণ্ডে সমানে যুঁজ আগবঢ়াইছিল যদিও পৰৱৰ্তী সময়ত পৰাজয় বৰণ কৰে দলটোৱে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Wed
34 °
Thu
33 °
Fri
31 °
Sat
31 °
Sun
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular