spot_img
24.4 C
Guwahati
Monday, September 20, 2021
spot_img
Homeআঞ্চলিকজনস্বাস্থ্যলৈ ভাবুকি! পুনৰ আৰক্ষীৰ জালত পৰিল ভুৱা চিকিৎসক

জনস্বাস্থ্যলৈ ভাবুকি! পুনৰ আৰক্ষীৰ জালত পৰিল ভুৱা চিকিৎসক

চৰাইদেউ : এইবাৰ চৰাইদেউ আৰক্ষীৰ জালত আন এজন ভুৱা চিকিৎসক৷ গকুল বৰুৱা নামৰ ভূৱা চিকিৎসকজন চৰাইদেউৰ নাফুক চাহ বাগিচাৰ হাস্পতালত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।

১৯৯১ চনৰ পৰা ‘নাফুক চাহ বাগিচাৰ হাস্পতাল’ত কৰ্মৰত আছিল গকুল বৰুৱা৷ আৰক্ষীয়ে ১৪৭/২১ নম্বৰ গোচৰত দণ্ডবিধি ৪১৯/৪২০/৪৬৮/৪৭১/৩৩৬ আৰ ডব্লিউ ধাৰাত গ্ৰেপ্তাৰ কৰে গকুলক৷

তেওঁ গুজৰাটত কৰ্মৰত কৃষ্ণকান্ত কোঁৱৰ নামৰ অসমৰ এজন চিকিৎসকৰ ভুৱা প্ৰমাণপত্ৰে ইমান বছৰে কৰ্মৰত আছিল চিকিৎসা বৃত্তিত ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.4 ° C
24.4 °
24.4 °
92 %
1.1kmh
6 %
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °
Sat
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular