spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকভুৱা সাংবাদিক পৰিল জালত! আৰক্ষীয়ে কি কয়?

ভুৱা সাংবাদিক পৰিল জালত! আৰক্ষীয়ে কি কয়?

ডিজিটেল ডেস্কঃ অপৰাধীৰ যে কত যে নমুনা! এইবাৰ আৰক্ষীৰ জালত পৰিছে ভুৱা সাংবাদিক। ভুৱা সাংবাদিকজনৰ নাম ৰাজীৱ দাস বুলি জানিব পৰা গৈছে। ভুৱা সাংবাদিকজনৰ ঘৰ লালগণেশৰ গণপাতি নগৰত। নিজকে ‘নিউজ লাইভ’ আৰু ‘দৈনিক যুগশংখ’ কাকতৰ সাংবাদিক বুলি পৰিচয় দিছিল ব্যক্তিজনে।

ধৃত ব্যক্তিজনৰপৰা পিনাক দত্ত নামৰ ‘দৈনিক যুগশংখ’ কাকতখনৰ সাংবাদিক এজনৰ পৰিচয়-পত্ৰ উদ্ধাৰ হয়। লগতে AS01AT0331 নম্বৰৰ ‘PRESS’ লিখা মটৰ চাইকেল এখন জব্দ কৰে আৰক্ষীয়ে।

যুৱকজনৰ ওপৰত আৰক্ষী সন্দেহ ওপজাত নিশা সোধা-পোছাৰ বাবে আৰক্ষীয়ে ৰাজীৱ দাসক আটক কৰে। পাছত আৰক্ষীৰ তদান্তত ভুৱা সাংবাদিক বুলি নিশ্চিত হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular