Google search engine
30 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeআঞ্চলিক১৮ লাখ টকাৰ জালনোট জব্দ : গ্ৰেপ্তাৰ দুজন...

১৮ লাখ টকাৰ জালনোট জব্দ : গ্ৰেপ্তাৰ দুজন…

দেৰগাঁও : দেৰগাঁৱত সোমবাৰে নিশা আৰক্ষীয়ে চলোৱা অভিযানত জব্দ কৰে ১৮ লাখ টকাৰ জালনোট৷ ইয়াৰ লগতে গ্ৰেপ্তাৰ কৰে ধীৰাজ আহমেদ আৰু জয়ন্ত শইকীয়া নামৰ দুজন লোকক৷

আৰু পঢ়িব পাৰিব : মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এনডিএফবি সদস্যলৈ চৰকাৰৰ আৰ্থিক সাহায্য…

দেৰগাওঁ চহৰৰ মাজমজিয়াৰ ‘ ব্লু ষ্টাৰ ‘ নামৰ এখন ল’জত গুৱাহাটীৰ S.T.F ( Special Trucks Force ) ৰ এটা দল আৰু দেৰগাঁও আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে এই বৃহৎ পৰিমানৰ জাল নোটখিনি৷ তথ্য অনুসৰি ‘ ব্লু ষ্টাৰ ‘ ল’জৰ পৰাই ধৃত ব্যক্তি দুজনে অন্য ঠাইলৈ সৰবৰাহ কৰিবলৈ যো-জা চলাইছিল নকল টকাসমূহ৷

আৰু পঢ়িব পাৰিব : অপৰাধীৰে মিতিৰালি কৰি লকআপত সোমাল কাৰাগাৰৰ ৱাৰ্ডেন

ধৃত দুয়োজনক নিশাই আৰক্ষীয়ে জেৰাৰ বাবে লৈ যায় গুৱাহাটীলৈ৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
40 %
Mon
30 °
Tue
30 °
Wed
32 °
Thu
32 °
Fri
34 °

Watch latest Movies & TV Series on Prag Play

Most Popular