Google search engine
26.7 C
Guwahati
Saturday, July 24, 2021
Google search engine
Homeআঞ্চলিকসোণ চুৰি কৰি আৰক্ষীৰ জালত পৰিল মহিলা

সোণ চুৰি কৰি আৰক্ষীৰ জালত পৰিল মহিলা

গুৱাহাটী : সোণ আৰু নগদ ধন চুৰি কৰি আৰক্ষীৰ জালত পৰিল এগৰাকী মহিলা। মহানগৰীৰ ছয়মাইলৰ মনপ্পুৰম গোল্ড লোন বেংকৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। গ্ৰেপ্তাৰ কৰা মহিলাগৰাকী সাতগাঁৱৰ বতাহঘূলিৰ মুন দাস।

আৰু পঢ়িব পাৰিব : অস্কাৰৰ দৌৰত চামিল এখন তামিল ছবি…

বতাঘূলিৰ নিবাসী ববিতা শইকীয়া নামৰ এগৰাকী মহিলাৰ ঘৰৰ পৰা মুন দাসে চুৰ কৰিছিল সোণ আৰু নগদ ধন। মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত সাতগাঁও আৰক্ষীয়ে অভিযান চলাই ছয়মাইলৰ মনপ্পুৰম গোল্ড লোন বেংকত মহিলাগৰাকীয়ে সোণ বিক্ৰী কৰি থকা অৱস্থাত আৰক্ষীয়ে হাতে-লোটে গ্ৰেপ্তাৰ কৰে।

আৰু পঢ়িব পাৰিব : দিল্লীৰ হিংসাৰ আঁৰত কোন এই দীপ সিন্ধু?

ধৃত মহিলাগৰাকীৰ পৰা আৰক্ষীয়ে জব্দ কৰে দুডাল সোণৰ চেইন, দুটা আঙুঠি, দুপাত সোণৰ খাৰু, তিনিজোৰ কাণফুলি, দুটা ৰূপৰ মুদ্ৰাসহ নগদ প্ৰায় দহ হাজাৰ টকা।

RELATED ARTICLES

Today's Weather

Guwahati
light rain
26.7 ° C
26.7 °
26.7 °
91 %
0.5kmh
100 %
Sat
27 °
Sun
33 °
Mon
33 °
Tue
33 °
Wed
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular