spot_img
27 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিক৩৪জন নতুন ৰাজপ্ৰতিত বিষয়াক নিযুক্তি পত্ৰ বিতৰণ

৩৪জন নতুন ৰাজপ্ৰতিত বিষয়াক নিযুক্তি পত্ৰ বিতৰণ

গুৱাহাটী : জনতা ভৱনত আজি বিত্ত বিভাগৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান সম্পন্ন হয়৷ ৩৪জন নতুন ৰাজপ্ৰতিত বিষয়াক অসম চৰকাৰৰ বিত্ত বিভাগত নিযুক্তি প্ৰদান। বিত্তমন্ত্ৰী অজন্তা নেওগে নিযুক্তি প্ৰদান কৰে নতুন বিষয়াকেইজনক। এপিএছচিয়ে বাছনি কৰে এই ৩৪ এএফএছ বিষয়াক৷

ৰাজ্যৰ বিত্তীয় ব্যৱস্থা বৰ্তমানে সুস্থিৰ বুলি এই অনুষ্ঠানত কয় বিত্তমন্ত্ৰীয়ে৷ নিযুক্তি পত্ৰ লাভ কৰা ৩৪ এএফএছ বিষয়াৰ শীঘ্ৰে প্ৰশিক্ষণ আৰম্ভ হ’ব৷ প্ৰশিক্ষণৰ সময়সীমা হ’ব ছমাহ৷ প্ৰশিক্ষণৰ পাছতে সংলগ্ন বিষয়া হিচাপে দায়িত্ব অৰ্পন কৰা হ’ব৷

ইপিনে কোষাগাৰ বিষয়াৰ লগতে গাণনিক বিষয়াৰ অভাৱ আছে ৰাজ্যত৷ এতিয়াও কনিষ্ঠ পৰ্য্যায়ত খালি আছে ৪০টা পদ , জ্যেষ্ঠ পৰ্য্যায়তো পদোন্নতি নোহোৱাৰ বাবে খালি হৈ আছে বিভাগৰ কিছু সংখ্যক পদ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
broken clouds
27 ° C
27 °
27 °
94 %
0kmh
75 %
Sat
33 °
Sun
33 °
Mon
31 °
Tue
30 °
Wed
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular