istanbul escort beylikdüzü escort avcılar escort esenyurt escort mecidiyeköy escort bahçelievler escort arnavutköy escort şirinevler escort bağcılar escort bakırköy escort başakşehir escort aksaray escort ataköy escort bahçeşehir escort beylikdüzü kapalı escort bayrampaşa escort beylikdüzü türbanlı escort büyükçekmece escort esenler escort eve gelen escort halkalı escort kapalı escort kayaşehir escort küçükçekmece escort merter escort nişantaşı escort otele gelen escort sefaköy escort sınırsız escort sultanbeyli escort türbanlı escort tüyap escort zeytinburnu escort yakuplu escort

istanbul escort beylikdüzü escort esenyurt escort beylikdüzü escort avcılar escort esenyurt escort esenyurt escort beylikdüzü escort avcılar escort esenyurt escort esenyurt escort avcılar escort şirinevler escort avcılar escort esenyurt escort beylikdüzü escort istanbul escort avcılar escort esenyurt escort beylikdüzü escort beylikdüzü escort istanbul escort türbanlı escort beylikdüzü escort izmir escort bursa escort sakarya escort maltepe escort denizli escort izmit escort gaziantep escort bayan gaziantep escort kayseri escort

hacklink hacklink satış hacklink satın al hacklink al istanbul evden eve nakliyat evden eve nakliyat şehirler arası evden eve nakliyat istanbul eşya depolama

মহানগৰীৰ কাঠৰ ফেক্টৰীত অগ্নিকাণ্ড: কোটি টকাৰ সামগ্ৰী জাহ |
spot_img
16 C
Guwahati
16 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিকমহানগৰীৰ কাঠৰ ফেক্টৰীত অগ্নিকাণ্ড: কোটি টকাৰ সামগ্ৰী জাহ

মহানগৰীৰ কাঠৰ ফেক্টৰীত অগ্নিকাণ্ড: কোটি টকাৰ সামগ্ৰী জাহ

ডিজিটেল ডেস্ক: বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল কোটি টকাৰ সামগ্ৰী৷ মহানগৰীৰ গীতানগৰত এটা কাঠৰ আচবাব নিৰ্মাণ ফেক্টৰীত আজি সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড৷ ‘উড ৱৰ্কছ’ নামৰ ফাৰ্নিচাৰ ফেক্টৰীটোত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় স্বতাধিকাৰী ছফিউৰ ৰহমান৷ জানিব পৰা মতে ১ কোটি ১০ লাখ টকাৰ সামগ্ৰী জাহ গৈছে অগ্নিকাণ্ডত৷

স্বত্বাধিকাৰীগৰাকীয়ে জানিবলৈ দিয়া মতে ফাৰ্নিচাৰ ফেক্টৰীটোত ৮০ লাখ টকাৰ আচবাব আৰু ৩০ লাখ টকাৰ যন্ত্ৰ-পাতি আছিল বুলি প্ৰকাশ কৰিছে৷ বিভিন্ন অভিজাত ফাৰ্নিচাৰৰ দোকানলৈ আচবাব নিৰ্মাণ কৰি প্ৰেৰণ কৰে গীতানগৰৰ এই ফেক্টৰীৰ পৰা৷ ৩ কঠা মাটিত থকা ফাৰ্নিচাৰ ফেক্টৰীটোত বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সুত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্বত্বাধিকাৰীগৰাকীয়ে৷

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় মহানগৰ আৰক্ষীৰ আয়ুক্ত হৰমিৎ সিঙকে ধৰি উচ্চপদস্থ আৰক্ষী বিষয়া৷ ১৩গৰাকীকৈ কৰ্মচাৰী ফেক্টৰীটোত আছিল৷ সৌভাগ্যক্ৰমে কোনো আঘাতপ্ৰাপ্ত হোৱা নাই। অগ্নিনিৰ্বাপক বাহিনীৰ ১০খনৰো অধিক বাহনে নিৰ্বাপন কৰে জুই৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular