Google search engine
33 C
Guwahati
Thursday, August 5, 2021
Google search engine
Homeআঞ্চলিকপ্ৰথম পৰ্যায়ৰ নিৰ্বাচন : আজি ভাগ্য নিৰ্ণয় হ’ব ২৬৪জন প্ৰাৰ্থীৰ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন : আজি ভাগ্য নিৰ্ণয় হ’ব ২৬৪জন প্ৰাৰ্থীৰ

গুৱাহাটী : স্বাস্থ্য বিভাগে জাৰি কৰা ক’ভিডৰ নীতি-নিৰ্দেশনা পালন কৰি আজি অসমত বহু প্ৰতীক্ষিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে৷ অসমৰ ৪৭টাকৈ গুৰুত্বপূৰ্ণ সমষ্টিত আজি ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে৷ মুঠ ১১,৫৩৭টা কেন্দ্ৰত আজি আজি ভাগ্য নিৰ্ণয় হ’ব ২৬৪জন প্ৰাৰ্থীৰ৷

আৰু পঢ়িব পাৰিব : প্ৰেমৰ বাবে কি যে কৰিব নোৱাৰে মানুহে! এই ঘটনা মহাৰাষ্ট্ৰৰ…

ইয়াৰে ২৪১জন পুৰুষ ২৩গৰাকী মহিলা প্ৰাৰ্থীয়ে এইবাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ জোনাই সমষ্টিত আছে সৰ্বাধিক ভোটাৰ৷

জোনাই সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৩,১১,৬৬০জন আৰু থাওৰা সমষ্টিত সৰ্বনিম্ন ভোটাৰ ১,১৫,৩৬৪জন৷

আৰু পঢ়িব পাৰিব : পুনৰ অসমত অমিত শ্বাহঃ ৬ জনগোষ্ঠীক জনজাতিকৰণ!

ভোটকেন্দ্ৰত নিয়োজিত হৈছে মুঠ ২,৪১,২৬৯ গৰাকী কৰ্মচাৰী৷ তদুপৰি ৫০ শতাংশ ভোটকেন্দ্ৰত থাকিব কেমেৰা৷ আজি প্ৰাৰ্থী হিচাপে আছে ৫জনকৈ মন্ত্ৰী৷ লগতে ইভিএমত বন্দী হ’ব বিৰোধী দলপতিৰ ভাগ্য৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
33 ° C
34.4 °
33 °
66 %
2.1kmh
75 %
Thu
34 °
Fri
34 °
Sat
31 °
Sun
32 °
Mon
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular