Google search engine
31 C
Guwahati
Monday, July 26, 2021
Google search engine
Homeআঞ্চলিকপ্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাৰৰ উৎসাহ

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাৰৰ উৎসাহ

শিৱসাগৰ : বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদানৰ প্ৰতি জনতাৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হ’ল৷ শনিবাৰে হৈ যোৱা প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত ৭৭.০১% ভোটাৰে ভোটদান কৰে৷ ইয়াৰে মাহমৰা সমষ্টিত সৰ্বাধিক ৮৬.৭৫%ই ভোটদান কৰে৷

আৰু পঢ়িব পাৰিব : মুখ্যমন্ত্ৰী সোণোৱালৰ কনভয়ৰ খুন্দাত আহত হয় এজন বাইক আৰোহী

তদুপৰি সোণাৰি সমষ্টিত ৮৪.৫৬%, আমগুৰিত ৮৩% ভোটদান৷ এইবাৰ বহু সমষ্টিত ভোটদানৰ হাৰ ৮০ শতাংশৰ অধিক বুলি জানিব পৰা গৈছে৷ ৭১.৮০%ৰে সৰ্বনিম্ন ভোটদান শোণিতপুৰত সমষ্টিত৷

আৰু পঢ়িব পাৰিব : নিৰ্বাচনী হিংসা : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই গুলীচালনা, আক্ৰমণ !

ইপিনে ১ এপ্ৰিলত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ দ্বিতীয় পৰ্যায়ত মুঠ ৩৯টা সমষ্টিত হ’ব ভোটগ্ৰহণ৷ ভোটদানৰ সময়ত বিভিন্ন বিসংগতিয়ে দেখা দিলেও সামগ্ৰিকভাৱে নিয়াৰিকৈ সম্পন্ন হয় প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
31 ° C
31 °
31 °
74 %
1.5kmh
75 %
Mon
30 °
Tue
28 °
Wed
34 °
Thu
34 °
Fri
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular