spot_img
26 C
Guwahati
Monday, September 27, 2021
spot_img
Homeআঞ্চলিকমাছ উপহাৰ পালে সৰ্বানন্দ সোণোৱালে !

মাছ উপহাৰ পালে সৰ্বানন্দ সোণোৱালে !

গুৱাহাটী: প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৈ মাছ উপহাৰ৷ আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আৰি মাছ উপহাৰ দিয়ে উজান বজাৰ মস্য ব্যৱসায়ী সন্থাই৷ প্ৰতিবছৰে বিহুৰ উৰুকাত ব্যৱসায়ী সন্থাই মাছ উপহাৰ দি আহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

আজি উপহাৰ দিয়া মাছটোৰ ওজন প্ৰায় ৮.৫ কেজি বুলি জানিবলৈ দিয়ে৷ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছতে ‘মৰমৰ উপহাৰ’ হিচাপে মস্য ব্যৱসায়ী সন্থাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক প্ৰদান কৰে আৰি মাছটো।

মাছটো লাভ কৰি উৎফুল্লিত হৈ পৰে সৰ্বানন্দ সোণোৱাল৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
26 ° C
26 °
26 °
89 %
0kmh
75 %
Mon
34 °
Tue
32 °
Wed
30 °
Thu
30 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular