spot_img
27 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিকমৰিগাঁও জিলা বিজেপিৰ প্ৰাক্তন সভাপতি পদ্মকান্ত কাকতীৰ দেহাৱসান!

মৰিগাঁও জিলা বিজেপিৰ প্ৰাক্তন সভাপতি পদ্মকান্ত কাকতীৰ দেহাৱসান!

জাগীৰোডঃ মৰিগাঁও জিলা বিজেপিৰ প্ৰাক্তন সভাপতি পদ্মকান্ত কাকতীৰ দেহাৱসান! কালি নিশা ১-৪৫ বজাত নিজা বাসগৃহত শেষনিশ্বাস ত্যাগ কৰে নেতাগৰাকীয়ে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ৷

‘আশীৰ্বাদ যাত্ৰা’ৰ দ্বিতীয় দিনা কাকতীৰ পলাহগুৰিস্থিত বাসগৃহত উপস্থিত হৈছিল সৰ্বানন্দ সোণোৱাল৷ স্বাস্থ্যৰ বুজ লৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ মৃত্যুৰ আগলৈ বিজেপিৰ মৰিগাঁও জিলা জনজাতি ব’ৰ্ডৰ সভাপতি আছিল পদ্মকান্ত কাকতী৷ জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যুত সমগ্ৰ জাগীৰোডতে শোকৰ ছাঁই বিৰাজ কৰিছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Sat
33 °
Sun
33 °
Mon
31 °
Tue
30 °
Wed
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular