Google search engine
28 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeআঞ্চলিকনিবনুৱাক সংস্থাপনৰ নামত মহানগৰীত প্ৰৱবঞ্চকৰ জাল!

নিবনুৱাক সংস্থাপনৰ নামত মহানগৰীত প্ৰৱবঞ্চকৰ জাল!

গুৱাহাটী : কৰ’না মহামাৰীৰ সময়ত সংস্থাপন হেৰুৱাই দিশহাৰা হৈছে বহু যুৱক-যুৱতী৷ যাৰ সুবিধা লৈছে একাংশ প্ৰৱঞ্চক। সংস্থাপন দিয়াৰ নামত একাংশ ভুৱা এজেন্সিয়ে পেলাইছে প্ৰৱঞ্চনাৰ জাল৷ মহানগৰীত ভুৱা জব কনছাল্টেন্সী প্ৰতিষ্ঠানে আৰম্ভ কৰিছে প্ৰৱঞ্চনা৷

হাতীগাঁও ভেটাপাৰা চাৰিআলিত অৰিয়েণ্ট গ্ৰুপৰ প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ আহিছে৷ চাকৰিৰ নামত এই ভুৱা প্ৰতিষ্ঠানটোৱে ১৫০০ৰ পৰা ৩০০০ টকাকৈ সংগ্ৰহ কৰে বিভিন্নজনৰ পৰা৷ বিভিন্ন মাধ্যমত উচ্চ দৰমহাৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰি নিবনুৱাক প্ৰৱঞ্চনাৰ জাল পেলাইছে প্ৰতিষ্ঠানটোৱে৷ প্ৰতিষ্ঠানটোৰ প্ৰৱঞ্চনাৰ বলি হোৱা ভুক্তভোগীয়ে বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ ভুৱা এজেন্সিটোৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় বিষয় হৈ পৰিছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Wed
34 °
Thu
33 °
Fri
31 °
Sat
31 °
Sun
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular