Google search engine
26.7 C
Guwahati
Saturday, July 24, 2021
Google search engine
Homeব্ৰেকিং নিউজগালোৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘাতৰ ৫ শ্বহীদলৈ সন্মান...

গালোৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘাতৰ ৫ শ্বহীদলৈ সন্মান…

লাডাখ : লাডাখৰ গালোৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘাতৰ সময়ত প্ৰাণ পণ কৰি চীনা সৈন্যক বাধা দিয়া ১৬বিহাৰ বেটেলিয়নৰ কমেও ৫জন সৈনিকক মৰণোত্তৰভাৱে যচা হ’ব সন্মান।

আৰু পঢ়িব পাৰিব : কৃষি আইন স্থগিত কৰক, নহ’লে আমি স্থগিতৰ নিৰ্দেশ দিম : ন্যায়ালয়

গণৰাজ্য দিৱসৰ দিনা দেশৰ এইসকল বীৰ শ্বহীদক সন্মান যাচিব ৰাষ্ট্ৰই। এইসকলৰ ভিতৰত কৰ্ণেল বি সন্তোষ বাবুও আছে।

আৰু পঢ়িব পাৰিব : শান্তি সুদূৰপৰাহত নহয় জম্মু-কাশ্মীৰত! গৃহ মন্ত্ৰণালয়ে দিলে সুখবৰ

চীনৰ পিএলএক বাধা দিয়াৰ যুঁজত প্ৰাণ আহুতি দিয়া অধিকসংখ্যক সৈনিকক সন্মান যচাৰ বাবে ভাৰতীয় সেনাই চৰকাৰৰ সৈতে আলোচনা কৰিছে যদিও ‘হিন্দুস্তান টাইমছ’ৰ বাতৰি অনুসৰি কৰ্নেল বাবুকে ধৰি কমেও পাঁচগৰাকীক মৰণোত্তৰভাৱে সন্মান যচাটো নিশ্চিত হৈছে।

RELATED ARTICLES

Today's Weather

Guwahati
light rain
26.7 ° C
26.7 °
26.7 °
91 %
0.5kmh
100 %
Sat
27 °
Sun
33 °
Mon
33 °
Tue
33 °
Wed
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular