spot_img
30 C
Guwahati
Tuesday, September 21, 2021
spot_img
Homeআঞ্চলিকনিশাৰ মহানগৰীত কি ঘটে ?

নিশাৰ মহানগৰীত কি ঘটে ?

গুৱাহাটী : নিশাৰ মহানগৰীত সংঘটিত হয় একাধিক অপৰাধজনিত ঘটনা। নিশাৰ মহানগৰীত সুৰক্ষিত নহয় যুৱতী-মহিলাও। আন্ধাৰৰ সুযোগ লৈ নিশা মহানগৰীৰ ৰাজপথত দুৰ্বৃত্তই সংঘটিত কৰে অপৰাধমূলক কাৰ্য-কলাপ।

মহানগৰীৰ নাৰেংগীৰ লগতে বহু স্থানত ষ্ট্ৰীট লাইট নজলাক লৈয়ো তীব্ৰ প্ৰতিক্ৰিয়া মহানগৰবাসীৰ। ২০১৬ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ দিনতে নিৰ্মাণ কৰা ষ্ট্ৰীট লাইটসমূহ এতিয়া বিকল৷ উল্লেখ্য যে নিৰ্মাণৰ এমাহৰ পাছৰে পৰা নাৰেংগী ফ’ৰেষ্ট গেটৰ পৰা পাঠৰকোৱাৰী লৈ বিকল হৈ আছে ষ্ট্ৰীট লাইটসমূহ।

ইয়াৰ ফলত পথ দুৰ্ঘটনাৰ লগতে আন্ধাৰৰ সুযোগতে একাধিক অপৰাধজনিত ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
30 ° C
30 °
28.4 °
74 %
0kmh
75 %
Tue
31 °
Wed
28 °
Thu
31 °
Fri
32 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular