Google search engine
30 C
Guwahati
Thursday, August 5, 2021
Google search engine
Homeআঞ্চলিকঅনিয়ন্ত্ৰিত ক'ভিড পৰিস্থিতি: দুদিন বাবে বন্ধ থাকিব গেলামালৰ দোকান

অনিয়ন্ত্ৰিত ক’ভিড পৰিস্থিতি: দুদিন বাবে বন্ধ থাকিব গেলামালৰ দোকান

গুৱাহাটী : ৰাজ্যত অনিয়ন্ত্ৰিত ক’ভিড পৰিস্থিতি৷ যাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে কঠোৰ প্ৰদক্ষেপ৷ গোলাঘাট, বিশ্বনাথ, যোৰহাটত সম্পূৰ্ণ লকডাউন৷ গোলাঘাটত কালি সৰ্বাধিক ২৬৮জন আক্ৰান্ত হয় কৰ’নাত৷ যাৰ বাবে দুদিন বন্ধ থাকিব গেলামালৰ দোকানো৷

আজি আৰু কাইলৈ জিলাখনত বন্ধ থাকিব সকলো দোকান৷ ইতিমধ্যে ৭ জিলা কৰা হৈছিল কণ্টেইনমেণ্ট জ’ন৷ ৩ খন জিলাত প্ৰশাসনে জাৰী কৰিছে কঠোৰ লকডাউন৷ যোৰহাট, গোলাঘাটত সেনাৰ ফ্লেগমাৰ্চ৷ তাৰবিপৰীতে বিশ্বনাথত ১২ বজালৈহে শাক-পাচলি বিক্ৰীৰ অনুমতি প্ৰদান প্ৰশাসনৰ৷ বুধবাৰে প্ৰকাশ পাৱ নতুন এছঅ’পি৷ পুনৰ কেইবাখনো জিলা হ’ব পাৰে কণ্টেইনমেণ্ট জ’ন৷ গুৱাহাটীতো বলৱৎ হ’ব পাৰে কঠোৰ ক’ভিড বিধি৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
74 %
0kmh
20 %
Thu
34 °
Fri
34 °
Sat
31 °
Sun
32 °
Mon
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular