Google search engine
28 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeব্ৰেকিং নিউজভাল খবৰঃ কম মূল্যত বজাৰত উপলব্ধ হ’ব পেট্ৰল-ডিজেল

ভাল খবৰঃ কম মূল্যত বজাৰত উপলব্ধ হ’ব পেট্ৰল-ডিজেল

গুৱাহাটী : বৰ্ধিত পেট্ৰল-ডিজেলৰ মূল্যৰ মাজতেই এটি ভাল খবৰ। কম মূল্যত লাভ কৰিব পেট্ৰল, ডিজেল৷ বজাৰত ভয়ানক পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিপৰীতে কম মূল্যত পেট্ৰল-ডিজেল যোগান ধৰিবলৈ সাজু ‘গ’ল বায়’ অইল’৷

আৰু পঢ়িব পাৰিব : ‘জয় আই অসম’ ধ্বনিৰে ভাষণ আৰম্ভ প্ৰিয়ংকা গান্ধীৰ

আগন্তুক মে’ মাহৰ পৰা অসমৰ বজাৰত মুকলি হ’ব এই অইল৷ বৰ্তমান বজাৰৰ পেট্ৰল-ডিজেলৰ মূল্যতকৈ প্ৰায় ৯-১০ টকা কম মূল্যত সাধাৰণ জনতাই ক্ৰয় কৰিব পাৰিব এই ইন্ধন৷ খনিজ তেলতকৈ বহুখিনি পৃথক এই তেল৷

আৰু পঢ়িব পাৰিব : সৰ্বভাৰতীয় পৰীক্ষাত দেশৰ ভিতৰতে ৪৮ সংখ্যক স্থান লাভ কৰি শিৱসাগৰলৈ সুনাম কঢ়িয়াই আনিলে আস্থাই

ঘৰত ব্যৱহাৰ কৰি ৰৈ যোৱা তেল তথা অপ্ৰযোজনীয় সামগ্ৰীৰ পৰা নবীকৰণৰ জৰিয়তে প্ৰস্তুত কৰা হয় এই বায়’ অইল৷ প্ৰতিষ্ঠানটোৰ দাবী যে খনিজ তেলতকৈ এই তেলে ৯০ শতাংশ প্ৰদূষণ হ্ৰাস কৰিবলৈ সক্ষম হ’ব৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
1.5kmh
75 %
Thu
28 °
Fri
29 °
Sat
28 °
Sun
29 °
Mon
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular