spot_img
26 C
Guwahati
Thursday, September 16, 2021
spot_img
Homeআঞ্চলিকস্বাধীনতা দিৱস উদযাপনক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা

স্বাধীনতা দিৱস উদযাপনক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা

গুৱাহাটী : সমাগত স্বাধীনতা দিৱস৷ স্বাধীনতা দিৱসক লৈ দেশত নাই পূৰ্বৰ দৰে উৎসাহ-উদ্দীপনা৷ ক’ভিডসৃষ্ট পৰিবেশৰ মাজতেই উদযাপন হ’ব ৭৫সংখ্যক স্বাধীনতা দিৱস৷ এই সন্দৰ্ভত ৰাজ্য চৰকাৰে আজি জাৰি কৰে নতুন নিৰ্দেশনা৷ এই নীতি-নিৰ্দেশনা এনেধৰণৰ- ৰাজ্যিক ভিত্তিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিতি থাকিব পাৰিব ১,৫০০জন ব্যক্তি৷

জিলা ভিত্তিক কাৰ্যসূচীত ৫০০ লোকক অংশ লোৱাৰ অনুমতি চৰকাৰৰ৷ মহকুমা ভিত্তিত কাৰ্যসূচীত ৩০০ লোকক অনুমতি প্ৰদান৷ স্থানীয়ভাৱে আয়োজিত কাৰ্যসূচীত ২০০ লোক উপস্থিত থকাৰ অনুমতি প্ৰদান কৰা হৈছে৷ প্ৰেক্ষাগৃহত ৫০ শতাংশ লোক উপস্থিত থাকিব পাৰিব৷

উপস্থিত থকা প্ৰত্যেক জন ব্যক্তিয়ে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বৰ্তাই ৰখা, ছেনিটাইজেচন কৰাটো বাধ্যতামূলক কৰা হৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
26 ° C
26 °
26 °
89 %
0kmh
90 %
Thu
26 °
Fri
28 °
Sat
29 °
Sun
31 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular