Google search engine
27 C
Guwahati
Monday, July 26, 2021
Google search engine
Homeব্ৰেকিং নিউজভাষণৰত অৱস্থাতে মঞ্চতে ঢলি পৰিল মুখ্যমন্ত্ৰী !

ভাষণৰত অৱস্থাতে মঞ্চতে ঢলি পৰিল মুখ্যমন্ত্ৰী !

গান্ধীনগৰ : ভাষণৰত অৱস্থাতে মঞ্চতে ঢলি পৰিল গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী৷ দেওবাৰে বদো’ড্ৰাৰ নিজামপুৰৰ এখন সমাৱেশত এই ঘটনা সংঘটিত হয়৷ ৬৪বছৰীয়া মুখ্যমন্ত্ৰীগৰাকীক ততাতয়াকৈ চিকিৎসাৰ বাবে বিমানেৰে আহমেদাবাদৰ হাস্পতলত ভৰ্তি কৰোৱা হয়৷

আৰু পঢ়িব পাৰিব : আকৌ অসমলৈ মোদী-শ্বাহ : ক’ত, কেনেকৈ প্ৰস্তুতি ?

মুখ্যমন্ত্ৰীৰ এই অৱস্থাৰ পাছতে সতীৰ্থ মন্ত্ৰী-নেতাৰ মাজত হুৱা-দুৱা লাগে৷ মুখ্যমন্ত্ৰীগৰাকীৰ ৰক্তচাপ আৰু মধুমেহ পৰিমাণ হঠাতে কমি যোৱাৰ বাবে এই ঘটনা ঘটে বুলি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব : গুৱাহাটীত বিদেশ মন্ত্ৰী-জাপানৰ ৰাষ্ট্ৰদূত : কামাখ্য দৰ্শন কৰোৱালে মন্ত্ৰী হিমন্তই…

২১ ফেব্ৰুৱাৰীত গুজৰাট পৌৰসভাত নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ এক জনসভাত অংশ লৈছিল৷ বৰ্তমান মুখ্যমন্ত্ৰী সুস্থ বুলি জানিবলৈ দিয়ে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীয়ে৷ 

RELATED ARTICLES

Today's Weather

Guwahati
heavy intensity rain
27 ° C
27 °
27 °
94 %
0kmh
75 %
Mon
27 °
Tue
28 °
Wed
34 °
Thu
32 °
Fri
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular