Google search engine
32 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeমনোৰঞ্জনগুৰগ্ৰামত উজলিল উত্তৰ-পূৱৰ সাজপাৰ, খাদ্য সম্ভাৰ !

গুৰগ্ৰামত উজলিল উত্তৰ-পূৱৰ সাজপাৰ, খাদ্য সম্ভাৰ !

নতুন দিল্লী : শনিবাৰ আৰু দেওবাৰে নতুন দিল্লীৰ গুড়গাঁৱত দুদিনীয়াকৈ অনুষ্ঠিত হয় ‘চেলিব্ৰেটিং নৰ্থ-ইষ্ট ২০২১’৷  NEIFTৰ অধ্যক্ষ বিক্ৰম ৰায় মেধিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অসম তথা উত্তৰ-পূবৰ সাজপাৰৰ ফেশ্বন শ্ব’ৰ লগতে খাদ্য সম্ভাৰৰ প্ৰয়োভৰ হয়৷

আৰু পঢ়িব পাৰিব : দুটা সন্তান কিয়? বেছি ৰেচন লাগিলে ২০টা জন্ম দিয়ক…

এই মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে অসমৰ চাৰিগৰাকীকৈ কণ্ঠশিল্পীয়ে৷ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, শংকুৰাজ কোঁৱৰ, ৰিছা ভৰদ্বাজ আৰু মৈত্ৰেয়ী পাটৰে গীত পৰিৱেশন কৰে৷

আৰু পঢ়িব পাৰিব : অসমত কেন্দ্ৰীয় নেতাৰ ভিৰ, আজি শ্বাহ, নাড্ডাৰ প্ৰচাৰ

গুড়গাঁৱৰ চাইবাৰ হাবত হোৱা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কেইবা সহস্ৰাধিক লোকে৷ উত্তৰ-পূবৰ খাদ্য, সাজপাৰ তথা সংগীতৰ অপূৰ্ব সমাহাৰে মোহাচ্ছন্ন কৰে মহোৎসৱ উপস্থিত ৰাইজক৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
70 %
1.5kmh
75 %
Mon
32 °
Tue
28 °
Wed
31 °
Thu
33 °
Fri
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular