Google search engine
25.9 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকজটিল ৰোগত আক্ৰান্ত এগৰাকী অংগনবাড়ী কৰ্মীঃ সহায়ৰ প্ৰয়োজন

জটিল ৰোগত আক্ৰান্ত এগৰাকী অংগনবাড়ী কৰ্মীঃ সহায়ৰ প্ৰয়োজন

শিৱসাগৰঃ শিৱসাগৰ জিলাৰ হাঁহচৰা চেতিয়া গাঁৱৰ অংগনবাড়ী কৰ্মী দিপালী বুঢ়াগোহাঁইয়ে দীৰ্ঘদিনে এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। চিকিৎসকৰ মতে মহিলাগৰাকীৰ দুয়োটা কিডনী বৰ্তমান বিকল। পৰিয়ালৰ তৰফৰ পৰা অশেষ চেষ্টা কৰিও যেন ভাগৰি পৰিছে তেওঁৰ স্বামী।

কাৰণ দুখীয়া পৰিয়ালৰ এইগৰাকী মহিলাৰ চিকিৎসাৰ বাবে অৰ্থৰ অভাৱ। পেছাত গাড়ী চালক স্বামী কৰুণ চেতিয়া বৰ্তমান সময়ত নিজৰ পত্নীৰ ৰোগৰ বাবে হিতাহিত জ্ঞানো হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে। আৰ্থিকভাৱে দুৰ্বল হৈ পৰা এইগৰাকী মহিলাক প্ৰয়োজন কিছু সহায়ৰ। কোনো হৃদয়বান লোকে যদি এই মহিলাগৰাকীক সহায় কৰিব বিচাৰে, তেনেহ’লে SBI ACCOUNT NUMBER 30441262869(IFSC CODE SBIN0000182)ধন আগবঢ়াব পাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
25.9 ° C
25.9 °
25.9 °
93 %
2.9kmh
100 %
Thu
26 °
Fri
31 °
Sat
27 °
Sun
30 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular