Google search engine
28 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকধেমাজিত নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱাৰ পূৰ্বে নাচিলে হিমন্তই

ধেমাজিত নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱাৰ পূৰ্বে নাচিলে হিমন্তই

গুৱাহাটী : এইবাৰ ধেমাজিত ব্যতিক্ৰমী ৰূপত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ৷ প্ৰচাৰ সভাত ভাগ লোৱাৰ পূৰ্বে  এপাক নাচিলে হিমন্তই৷ ধেমাজিৰ তেলীজান পথাৰত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে তেওঁ৷ এই সভাত কংগ্ৰেছ-এআইইউডিএফক তীব্ৰ সমালোচনাও তেওঁ৷

আৰু পঢ়িব পাৰিব :উপযুক্ত চিকিৎসাৰ অভাৱত বক্সাৰ শ্যাম প্ৰসাদ শৰ্মাৰ অকাল বিয়োগ

তেওঁ কয়- ‘কংগ্ৰেছ-আজমলৰ সপোনক বাস্তৱায়িত হ’বলৈ নিদিও৷’ আনহাতে ডিব্ৰুগড়ৰ নালিয়াপুলৰ গণেশ মন্দিৰত আশিষ লৈ দেওবাৰে উজনিলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে ডঃ হিমন্ত বিশ্ব শৰ্মা৷ আজি উজনিত ব্যাপক নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব ডঃ শৰ্মাই৷

আৰু পঢ়িব পাৰিব :ভোটাৰক সজাগতাৰ বাবে নিৰ্বাচন আয়োগৰ বিশেষ পদক্ষেপ

মৰাণ, সোণাৰি, থাওৰাত হিমন্ত বিশ্ব শৰ্মাৰ সভা অনুষ্ঠিত হ’ব৷ মাহমৰা, ডুমডুমাতো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ সভা৷ সন্ধিয়া তিনিচুকীয়াত পদযাত্ৰা কৰিব হিমন্ত বিশ্বই৷ এইবাৰ নিৰ্বাচনত বিজেপিৰ পুণ্য উদ্যমী ৰূপত দেখা গৈছে অসমৰ প্ৰভাৱশালী নেতাগৰাকীক৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Tue
28 °
Wed
35 °
Thu
33 °
Fri
29 °
Sat
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular