Google search engine
25.8 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeআঞ্চলিকসুগন্ধি পখিলাৰ কবি হীৰুদাৰ আজি মৃত্যু বাৰ্ষিকীত একাজঁলী শ্ৰদ্ধাঞ্জলী

সুগন্ধি পখিলাৰ কবি হীৰুদাৰ আজি মৃত্যু বাৰ্ষিকীত একাজঁলী শ্ৰদ্ধাঞ্জলী

গুৱাহাটী : ‘তুমিটো জানাই এই কবিৰ আৰু একো নাই..এটাই মাথোঁ কামিজ..তাৰো ছিগো-ছিগো চিলাই..প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰাই!’

সুগন্ধি পখিলাৰ কবি হিৰেণ ভট্টাচাৰ্যৰ আজি মৃত্যু বাৰ্ষিকী৷ কবি হীৰুদাৰ মৃত্যুতিথিত গুনমুগ্ধই স্মৰণ কৰে তেওঁক ৷ অসমীয়া কাব্য-সাহিত্যৰ স্মৰণীয় সত্ত্বা হীৰেন ভট্টাচাৰ্য৷ কবিতাৰ লগতে সমানে সমাদৃত হীৰুদাৰ বহু গীত৷ হীৰুদাৰ অনুপস্থিতিত উৰুঙা ‘স্নেহ-তীৰ্থ’৷ শব্দৰ খনিকৰক শ্ৰদ্ধাৰে সোঁৱৰণ কাব্য প্ৰেমীৰ৷ ‘শইচৰ পথাৰ মানুহ’, ‘ৰৌদ্ৰ কামনা’ আছিল হীৰুদাৰ কাব্যগ্ৰন্থ৷ ‘সুগন্ধি শিপা’, ‘তোমাৰ গান’ হীৰুদাৰ সমাদৃত কাব্য পুথি৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
25.8 ° C
25.8 °
25.8 °
98 %
0.8kmh
100 %
Wed
33 °
Thu
31 °
Fri
28 °
Sat
28 °
Sun
26 °

Watch latest Movies & TV Series on Prag Play

Most Popular