spot_img
29 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিকক'ভিডৰ পাছতে এইচআইভি আক্ৰান্তৰে শীৰ্ষস্থানত গুৱাহাটী

ক’ভিডৰ পাছতে এইচআইভি আক্ৰান্তৰে শীৰ্ষস্থানত গুৱাহাটী

গুৱাহাটী : কৰ’না পাছতে ভয়াৱহ ৰাজ্যত ৰূপত বৃদ্ধি পাইছে এইচআইভি পজিটিভ ৰোগীৰ সংখ্যা৷ কামৰূপ মহানগৰত এইচআইভি পজিটিভ ৰোগীয়ে এতিয়া সৃষ্টি কৰিছে আতংকৰ৷ ৬,৮৮৮ গৰাকী পজিটিভ ৰোগীয়ে শীৰ্ষস্থানত আছে কামৰূপ মহানগৰ৷

ইয়াৰ উপৰি ডিব্ৰুগড়ত ১,২৪৫, কাছাৰত ৪,৬০৯, কৰিমগঞ্জত ২৯, নগাঁও ৮১৪, গোলাঘাট ৫১৬, শোণিতপুৰ ৫৩৯, যোৰহাট ৬৫৪ গৰাকী ৰোগীয়ে ৰাজ্যত মুঠ ২১,২২৩ গৰাকী চিনাক্ত হৈছে৷

ড্ৰাগছ সেৱনৰ ফলতে বৃদ্ধি পাইছে এইচআইভি পজিটিভৰ সংখ্যা ৷ NACCO ৰ পৰা কেৱল ৬ টা স্থানত পৰীক্ষাৰ অনুমতি পাইছিল ৷ গ্ৰাম্য অঞ্চলত নিজাববীয়াকৈ পৰীক্ষাৰ কৰিছে এইডচ কণ্ট্ৰ’ল ছচাইটিয়ে ৷ কামৰূপ মহানগৰত পৰীক্ষা পৰিমাণ বৃদ্ধি পালে আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে HIV পজিটিভৰ সংখ্যা ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
29 ° C
29 °
29 °
65 %
0kmh
75 %
Sat
29 °
Sun
34 °
Mon
32 °
Tue
30 °
Wed
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular