Google search engine
34 C
Guwahati
Monday, July 26, 2021
Google search engine
Homeআঞ্চলিককপিলী নৈত গা ধুবলৈ গৈ দুই কিশোৰ সন্ধানহীন !

কপিলী নৈত গা ধুবলৈ গৈ দুই কিশোৰ সন্ধানহীন !

হোজাই : হোজাইত কপিলী নৈত গা ধুবলৈ গৈ দুই কিশোৰ সন্ধানহীন হৈ আছে৷ আজি তিনিজন বন্ধু একেলগে কপিলী নৈত গা ধুবলৈ যোৱাৰ পাছতে সংঘটিত হয় এই ঘটনা৷ এজনক জীৱন্তে উদ্ধাৰ কৰে যদিও বাকী দুজন সন্ধানহীন হৈ আছে৷

আৰু পঢ়িব পাৰিব : ‘আপোনাৰ ভৰিত ধৰিছোঁ, মোৰ মাক বচাওক…’ ৰাজপথত কাৰ বিননি?

জানিব পৰা মতে কাৰ্বিআংলঙৰ খেৰণিত আছিল তিনিওৰে ঘৰ৷ বিয়াৰ বাবে তিনিজন হোজাইৰ ২নং কানাবালিৰ নৰেশ চৌহানৰ ঘৰত আহিছিল৷ কিশোৰকেইজন ক্ৰমে বিজয় চৌহান(১৫), সঞ্জয় চৌহান (১২) আৰু ধনঞ্জয় চৌহান(১৩)৷

আৰু পঢ়িব পাৰিব : মুম্বাই আৰক্ষীৰ প্ৰাক্তন মুৰব্বীৰ বিৰুদ্ধে এফআইআৰ

ইয়াৰে বিজয় সৌহানক স্থানীয় ৰাইজে জীৱন্তে উদ্ধাৰ কৰে যদিও বাকী দুজন বৰ্তমানেও সন্ধানহীন৷ এছডিআৰএফ বাহিনীয়ে কিশোৰ দুজনৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
34 ° C
34 °
34 °
59 %
0kmh
75 %
Mon
32 °
Tue
29 °
Wed
34 °
Thu
32 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular