spot_img
24 C
Guwahati
24 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
Homeজীৱন শৈলীদিনটো কেনে যাব আপোনাৰ ? চাওক ৰাশিফল

দিনটো কেনে যাব আপোনাৰ ? চাওক ৰাশিফল

২৪কাতি, বৃহস্পতিবাৰ, ইং ১১ নৱেম্বৰ।

মেষ ৰাশি –  মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ নতুন আঁচনি গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব, কৰ্মত যশস্যা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে আত্মীয় পৰিয়ালৰ দ্বাৰা ক্ষতি হোৱাৰ যোগ দেখা যায়।

বৃষ ৰাশি – বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত উন্নতি হ’ব৷ প্ৰেম আৰু কৰ্মত শুভ৷ সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি – মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো কৰ্মত ক্ষেত্ৰত সফলতা লাভ কৰিব,  লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হ’ব আৰু সন্মান লাভ হোৱাৰ যোগ দেখা যায়। 

কৰ্কট ৰাশি – কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ হ’ব৷ বন্ধু লাভ।

সিংহ ৰাশিৰ – সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ৷ সজাগ নহলে প্ৰেমত সামান্য জতিলতা আহিব পাৰে৷ 

কন্যা ৰাশি – কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ নিমন্ত্ৰত হ’ব পাৰে৷ কৰ্মত যোগাযোগ হ’ব পাৰে৷ সজাগ নহলে শত্ৰু  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব৷ আৰ্থিক দিশত শুভ৷ মনৰ আশা পুৰণ হোৱাৰ  যোগ দেখা যায়।

বৃশ্চিক ৰাশি – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সাহস বাঢ়িব৷ সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য বাধা আহিব পাৰে৷ 

ধনু ৰাশি – ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব৷ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ। 

মকৰ ৰাশি – মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ মনত উৎসাহ বাঢ়িব৷ ধন-সম্পতি লাভ  হোৱাৰ যোগ দেখা যায়। 

কুম্ভ ৰাশি – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত ভ্ৰমনৰ সুযোগ লাভ কৰিব৷ যান-বাহনৰ পৰা সাৱধান হ’ব৷  কৰ্মত সামান্য জতিলতা দেখা যায়। 

মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ বাঢ়িব৷ প্ৰেমত শুভ৷ কৰ্মত শুভ হব৷ লগতে শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular