spot_img
33 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeজীৱন শৈলীৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?


২৭ ভাদ, সোমবাৰ, ১৩ ছেপ্টেম্বৰ, ২০২১
মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মৰ পৰিৱৰ্তন হ’ব পাৰে, মৰম-চেনেহ লাভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হ’ব, খেতিয়কসকলৰ সুনাম বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ৰাজ ভয় ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ঘৰলৈ আলহীৰ আগমন ঘটিব পাৰে, সন্মান লাভ হ’ব, লগতে মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায়।
কৰ্কট ৰাশি: কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত দ্বায়িত্ব বাঢ়িব, মনত আনন্দ বৃদ্ধি হ’ব, লগতে কৰ্মক্ষেত্ৰত আনৰ সহায়-সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।
সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শিক্ষাৰ্থীসকলে জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, কৰ্মত নতুনকৈ যোগাযোগৰ সুযোগ লাভ হ’ব, লগতে কৰ্মতক্ষেত্ৰত আনৰ সহায়-সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।
কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত যোগাযোগৰ সুযোগ লাভ কৰিব, কৰ্মক্ষেত্ৰত আনৰ প্ৰসংশা লাভ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনলৈ সামান্য হতাশাৰ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হ’ব পাৰে, সাহিত্য সেৱাৰ মনোনিৱেশ হ’ব, যদিও আজি আপোনাৰ শৰীৰত সামান্য এলাহ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ হ’ব, কৰ্মত সামান্য পৰিশ্ৰম ভাব বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
ধনু ৰাশি : ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত প্ৰেমত শুভ দেখা যায়, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহ’লে সামান্য বুদ্ধি ভ্ৰষ্ট হ’ব পাৰে লগতে দেহ-মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়।
মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শুভ বুদ্ধিৰ উদয় হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনৰ আশা ভংগ হ’ব পাৰে মনত সামান্য চিন্তা ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত মনত সামান্য চিন্তা ভাব বাঢ়িব পাৰে, প্ৰেম আৰু কৰ্মত শুভ হ’ব, লগতে ব্যৱসায়িক দিশত শুভ হোৱাৰ যোগ দেখা যায়।
মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰু নাশ হ’ব, উকীলসকলৰ কৰ্মক্ষেত্ৰত শুভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে বুদ্ধি নাশ হোৱাৰ যোগ দেখা যায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
33 ° C
33 °
33 °
58 %
1.5kmh
40 %
Thu
31 °
Fri
33 °
Sat
33 °
Sun
33 °
Mon
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular