spot_img
27 C
Guwahati
27 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeজীৱন শৈলীৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?


৩০ ভাদ , বৃহস্পতিবাৰ, ইং ১৬ ছেপ্টেম্বৰ, ২০২১
মেষ ৰাশি : মেষৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, কৰ্মক্ষেত্ৰত প্ৰশংসা বাঢ়িব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ আছে।

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ কৰিব, কৰ্মত নতুনকৈ যোগাযোগ হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মতক্ষেত্ৰত আত্মীয়ৰ সহায়-সহযোগিতা লাভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি : কৰ্কত ৰাশি ৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্রত আনৰ সহায়-সহযোগিতা কৰিব যদিও আপুনি সজাগ নহ’লে আৰ্থিক দিশত সামান্য কষ্ট পাব পাৰে লগতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

সিংহ ৰাশিৰ : সিংহ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত প্ৰশংসা লাভ কৰিব, প্ৰেম আৰু কৰ্মত শুভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো শিল্পীসকলৰ শুভ, আৰ্থিক দিশতো শুভ, লগতে ধন, সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত উত্তম বস্ত্ৰ লাভ কৰিব, সুখ বৃদ্ধি হ’ব, লগতে ধনৰ আগমণ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব, কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ হ’ব, লগতে কৰ্ম ব্যস্ততা বৃদ্ধি হোৱাৰ যোগা দেখা যায়।

ধনু ৰাশি : ধনু ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেতেত্ৰত আনৰ সহায়-সহযোগিতা লাভ কৰিব যদিও আজি আপুনি আজি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

মকৰ ৰাশি : মকৰ ৰাশি ৰ জাতক-জাতিকাসকল আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফল হ’ব, প্ৰেম আৰু কৰ্মত শুভ হ’ব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত মনত সামান্য চিন্তা আৰু হতাশাৰ ভাব বাঢ়িব পাৰে, লগতে সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ হ’ব, মনত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular