spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeজীৱন শৈলীৰাশিফলত আজিৰ দিনটো,কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো,কেনে হ’ব আপোনাৰ?

৯ আহিন, বুধবাৰ, ইং ২৬ ছেপ্টেম্বৰ, ২০২১ 

মেষ ৰাশি :  মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মানসিক অশান্তি হ’ব পাৰে৷ প্ৰেম-প্ৰীতিত শুভ৷ 

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ শাৰীৰিক শুভ কাৰক৷ মনৰ অশান্তি হ’ব পাৰে৷ প্ৰেমত শুভ৷

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শাৰীৰিক সুস্থতাৰ কাৰক৷ প্ৰেমত শুভ৷ মানসিক সুখ লাভ৷

কৰ্কট ৰাশি : কৰ্কত ৰাশিৰ জাতক-জাতিকাসকল শৰীৰৰ শুভাশুভ৷ মনৰ কিছু অশান্তি৷ কৰ্ম-বাণিজ্যত শুভ৷

সিংহ ৰাশিৰ : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শৰীৰ অসুস্থ থাকিব আৰু অশান্তি হ’ব পাৰে৷ প্ৰেমত শুভ৷

কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজি শৰীৰ সুস্থ থাকিব৷ মনৰ অশান্তি হ’ব পাৰে৷ প্ৰেমত মধ্যমীয়া৷

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজি দিনত শৰীৰ সুস্থ থাকিব৷ মনৰ সুখ লাভ৷

বৃশ্চিক ৰাশি :  বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শৰীৰ শুভ৷ মানসিক দৃঢ়তা হ্ৰাস৷ 

ধনু ৰাশি:  ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিন শৰীৰত সামান্য জলজ ৰোগৰ কাৰক৷ মনৰ অশান্তি, প্ৰেমত শুভ৷

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ৰোগৰ পৰা আৰোগ্য লাভ কৰিব৷ প্ৰেমত মধ্যমীয়া, মনৰ অশান্তি৷

কুম্ভ ৰাশি :  কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত শৰীৰ অসুস্থ থাকিব৷ মনৰ অশান্তি৷

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শাৰীৰিক সুস্থতাৰ যোগ৷ পৰিয়ালৰ অশান্তি বঢ়াব৷ প্ৰেমত অবিশ্বাস বাঢ়িব৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular