spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeজীৱন শৈলীৰাশিফলত আজিৰ দিনটো,কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো,কেনে হ’ব আপোনাৰ?

১০ আহিন, মঙলবাৰ, ইং ২৮ ছেপ্টেম্বৰ, ২০২১

মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম-প্ৰীতিত শুভ৷ ক্ৰীড়াত শুভ৷
বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ শাৰীৰিক শুভ কাৰক৷ পুত্ৰৰ শোক৷
মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শৰীৰ সুস্থ থাকিব৷ প্ৰেমত মাধ্যম৷ মানসিক সুখ লাভ৷
কৰ্কট ৰাশি : কৰ্কত ৰাশিৰ জাতক-জাতিকাসকল আজি ৰাজহুৱা কামত ব্যস্ত থাকিব৷ মাতৃৰ শুভ৷
সিংহ ৰাশিৰ : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো উৎসৱত যোগদান দিব৷ ভ্ৰমণত চিন্তা৷
কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজি শৰীৰ সুস্থ থাকিব৷ প্ৰেমত শুভ৷
তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজি দিনত শৰীৰ অসুস্থ হ’ব পাৰে৷ মনৰ সুখ লাভ৷ ঘৰুৱা সম্পদ বৃদ্ধি হ’ব পাৰে৷
বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শৰীৰ মধ্যমীয়া৷ অপমান পাব পাৰে৷ সফলতা লাভ৷
ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিন নতুন প্ৰেমে সঁহাৰি লাভ কৰিব পাৰে৷ ভ্ৰমণত বাধা৷
মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত পাৰদৰ্শিতা লাভ৷ বিদ্যাত শুভ৷
কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত ধন লাভ হ’ব পাৰে৷ মানসিক শান্তি লাভ৷
মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শাৰীৰিক সুস্থ থাকিব৷ সম্পত্তি লাভ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular