spot_img
27 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeজীৱন শৈলীৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?


২৬ ভাদ, দেওবাৰ, ১২ ছেপ্টেম্বৰ, ২০২১
মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ শৰীৰ শুভ কাৰক হ’ব৷ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ যোগ৷

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি শাৰীৰিক দিশত অশুভ ৷ প্ৰেম-প্ৰীতিত অশান্তি৷

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শাৰীৰিক দিশত শুভ ৷ প্ৰেম আৰু পাৰিবাৰিকত শুভ৷

কৰ্কট ৰাশি : কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ শাৰীৰিক দিশত পেটৰ পীড়া হ’ব পাৰে৷ প্ৰেমত মাধ্যম৷
সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলে আজি শৰীৰিক শুভ কাৰক।মনৰ অশান্তি বৃদ্ধি৷

কন্যা ৰাশি: কন্যা ৰাশিৰ আজি শৰীৰৰ অশান্তি৷ প্ৰমত মাধ্যম৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজি শাৰীৰিক সুস্থতা কাৰক৷ মনত অলপ অশান্তি থাকিব৷

বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোৰ আগবেলা শৰীৰ অশুভ৷ সংসাৰত অশান্তি৷

ধনু ৰাশি : ধনু ৰাশিৰ জাতক-জাতিকাসকল আজিৰ দিনটোত শাৰীৰিক ভাৱে শুভ কাৰক৷ পাৰিবাৰিকত অশুভ৷

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শৰীৰ সুস্থা নাথাকিব৷ উচ্চ শিক্ষাৰ্থী তৎপৰ হোৱা উচিত৷

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটো শৰীৰ সুস্থতাৰ কাৰক৷ মনৰ অশান্তি বৃদ্ধি৷

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শৰীৰ কিছু অশুভ৷ প্ৰেমত শুভ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
83 %
0kmh
75 %
Sat
26 °
Sun
34 °
Mon
34 °
Tue
30 °
Wed
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular