spot_img
27 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeজীৱন শৈলীৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

২৪ ভাদ, শুকুৰবাৰ, ১০ ছেপ্টেম্বৰ, ২০২১

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজি প্ৰেমত শুভ৷ ক্ৰীড়া ক্ষেত্ৰত আশানুৰূপ ফল৷

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ নতুন আনন্দ৷

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত স্থান পৰিৱৰ্তন হ’ব পাৰে৷

কৰ্কট ৰাশি : কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলে মনত কষ্ট পাব পাৰে৷ মাতৃৰ শুভ৷

সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি মানহানী হ’ব পাৰে৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত অৰ্থপ্ৰাপ্তি হ’ব পাৰে৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো প্ৰেমত আনন্দ৷

বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আনৰ সহায় পাব৷

ধনু ৰাশি : ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ ৰাজসাহায্যৰ যোগ দেখা যায়৷ ভ্ৰমণত শুভ।

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ দাম্পত্যত সুখ লাভ৷

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ ধনলাভৰ যোগ৷

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত সম্পত্তি লাভ কৰিব পাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
83 %
0kmh
75 %
Thu
27 °
Fri
33 °
Sat
33 °
Sun
32 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular