spot_img
24.8 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeজীৱন শৈলীৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

২৮ ভাদ, মঙলবাৰ, ইং ১৪ ছেপ্টেম্বৰ, ২০২১
মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত জীৱনৰ বাবে পৰিৱৰ্তন আহিব পাৰে, মৰম-চেনেহ লাভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হ’ব, খেতিয়কসকলৰ সুনাম বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ৰাজ ভয় ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ঘৰলৈ আলহীৰ আগমন ঘটিব পাৰে, সন্মান লাভ হ’ব, লগতে মনৰ আশা পুৰণ হোৱাৰ যোগ দেখা যায়। সাধাৰণভাৱে শৰীৰ দুৰ্বল হৈ থাকিব।
কৰ্কট ৰাশি : কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত দ্বাযিত্ব বাঢ়িব, মনত আনন্দ বৃদ্ধি হ’ব, লগতে কৰ্মক্ষেত্ৰত আনৰ সহায়-সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।
সিংহ ৰাশিৰ : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শিক্ষাৰ্থীসকলে জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, কৰ্মত নতুনকৈ যোগাযোগৰ সুযোগ লাভ হ’ব, লগতে কৰ্মক্ষেত্ৰত আনৰ সহায়-সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।
কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত যোগাযোগৰ সুযোগ লাভ কৰিব, কৰ্মক্ষেত্ৰত আনৰ প্ৰশংসা লাভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনলৈ সামান্য হতাশাৰ ভাব অহাৰ যোগ দেখা যায়।
তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হ’ব পাৰে, সাহিত্য সেৱাত মনোনিৱেশ হ’ব যদিও আজি আপোনাৰ শৰীৰত সামান্য এলাহ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ হ’ব, কৰ্মত সামান্য পৰিশ্ৰম ভাব বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজি প্ৰেমত শুভ হ’ব যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহ’লে সামান্য বুদ্ধিভ্ৰষ্ট হ’ব পাৰে, লগতে দেহ-মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়।
মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শুভ বুদ্ধিৰ উদয় হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনৰ আশা ভংগ হ’ব পাৰে, মনত সামান্য চিন্তা ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত মনত সামান্য চিন্তা ভাব বাঢ়িব পাৰে, প্ৰেম আৰু কৰ্মত শুভ হ’ব, লগতে ব্যৱসায়িক দিশত শুভ হোৱাৰ যোগ দেখা যায়।
মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰু নাশ হ’ব, শৰীৰ অলপ দুৰ্বল হৈ থাকিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24.8 ° C
24.8 °
24.8 °
96 %
0.9kmh
89 %
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular