spot_img
27 C
Guwahati
Monday, September 20, 2021
spot_img
Homeজীৱন শৈলীৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?


২৯ভাদ, বুধবাৰ, ইং ১৫ ছেপ্টেম্বৰ, ২০২১
মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শৰীৰত ৰোগে দেখা দিব৷ বিশেষকৈ দাঁতৰ বিষ হ’ব পাৰে৷ হাতলৈ ধন অহাৰ যোগ৷
বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ পদোন্নতিৰ যোগ৷ ঘৰুৱা উন্নতি হোৱাৰ সম্ভাৱণা৷
মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিব৷ প্ৰেমত শুভ৷
কৰ্কট ৰাশি : কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ সাহাৰ্য্য লাভ কৰিব পাৰে৷ পিতৃ-মাতৃৰ শুভ৷
সিংহ ৰাশিৰ : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত চোৰৰ পৰা সাৱধানে থকা উচিত৷ যান-বাহনতো ব্যাঘত জন্মিৱ পাৰে৷
কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ উপাৰ্জন হ্ৰাস পাৱ পাৰে৷ প্ৰেমত নতুন যোগা-যোগ লাভ ৷
তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলে পুত্ৰ লাভ কৰিব পাৰে৷ ঘৰুৱা চিন্তা বৃদ্ধি৷
বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ লাভ কৰিব পাৰে৷ আইনবিদৰ শুভ৷
ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিন শিল্পীৰ বাবে সুনাম বৃদ্ধি হ’ব পাৰে৷ প্ৰেমত নতুন যোগাযোগ লাভ৷
মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত দাম্পত্য সুখ লাভৰ যোগ৷ সমস্যাও সমাধান হ’ব৷
কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত উত্তম ভোজনৰ যোগ৷ যান-বাহন লাভ কৰিব পাৰে৷
মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত পুত্ৰৰ পৰা সুনাম লাভ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Mon
32 °
Tue
31 °
Wed
30 °
Thu
31 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular