spot_img
27 C
Guwahati
27 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeজীৱন শৈলীৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

১১ আহিন, বুধবাৰ, ইং ২৯ ছেপ্টেম্বৰ, ২০২১ 

মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ ৷ প্ৰেমত শুভ ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ ৷ খৰচ বৃদ্ধি হ’ব পাৰে ৷ দিনটো প্ৰায় আনন্দময় হʼব ৷

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো প্ৰায় শুভ ৷ লক্ষ্যত সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি লাভ ৷ দিনটোৰ সন্ধিয়া সময়খিনি অতি শুভ ৷

কৰ্কট ৰাশি : কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজি খং-ৰাগ পৰিহাৰ কৰি শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ দিনটো শুভ ৷

সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া ৷ লক্ষ্যত প্ৰায় সফল ৷

কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ কর্মত ব্যস্ততা বৃদ্ধি ৷ প্ৰেমত শুভ ৷ সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰদিনটো মধ্যমীয়া ৷ কর্মস্থানত হেঁচাৰ সন্মুখীন হ’ব পাৰে ৷

বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰদিনটো শুভ ৷ প্ৰেমত শুভ ৷ বিবাহৰ সংযোগ ৷ সতৰ্কতা অৱলম্বন কৰক ৷

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত পাৰদৰ্শিতা লাভ৷ কঠোৰ কাৰ্য সহজে সমাধান কৰিব পাৰিব ৷

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ ৷ শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷ প্ৰেমত শুভ৷

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত লক্ষ্য সফল ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ প্ৰশংসা লাভ ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular