spot_img
27 C
Guwahati
27 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

৬আহিন, বৃহস্পতি, ইং ২৩ ছেপ্টেম্বৰ, ২০২১
মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো কিছু কঠিন হ’ব ৷ আৱেগৰ বশৱৰ্তী নহ’ব ৷ যুক্তিসূত্ৰ চিন্তাধাৰাৰে যুঁজিবলৈ চেষ্টা কৰক ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷ লক্ষ্য প্ৰাপ্তি নহ’বও পাৰে ৷
বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ কৰ্মব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ অৱশ্যে নতুন কৰ্মত মনোনিৱেশ কৰিব পাৰে ৷ সফলতা লাভ ৷
মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ কৰ্মব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ যোগাসন কৰক ৷ মানসিক শান্তি লাভ হ’ব ৷
কৰ্কট ৰাশি : কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ ৷ পৰিশ্ৰমৰ ফল লাভ ৷
সিংহ ৰাশিৰ : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত দিনটো মধ্যমীয়া ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক 
কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো কিছু কঠিন হ’ব ৷ গ্ৰহৰ স্থান ভাল নহয় ৷ নিজৰ ওপৰত ভৰষা ৰাখক ৷ সতৰ্কতা অৱলম্বন কৰক ৷
তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত দিনটো মধ্যমীয়া ৷ কৰ্মত সফল ৷ পৰিশ্ৰমৰ ফল লাভ ৷ প্ৰেমত শুভ ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত 
বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ ৷ ব্যৱসায়ত শুভ ৷
ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ ৷ কৰ্ম ব্যৱসায়ত সফল ৷ ভ্ৰমণৰ যোগ আছে ৷
মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ ৷ পৰিয়াল তথা বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷ ভ্ৰমণৰ যোগ ৷ প্ৰেমত শুভ ৷
কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটো শুভ দিন ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত যদিও মতানৈক্য হোৱাৰ সম্ভাৱনা ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক  ৷
মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত দিনটো মধ্যমীয়া ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ কৰ্মব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ অৱশ্যে কৰ্ম জীৱন ভাল বন্ধু লাভ ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular