spot_img
25 C
Guwahati
25 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeজীৱন শৈলীৰাশিফলত আপোনাৰ আজিৰ দিনটো কেনে যাব আপোনাৰ...

ৰাশিফলত আপোনাৰ আজিৰ দিনটো কেনে যাব আপোনাৰ…

১ আঘোন, বৃহস্পতিবাৰ, ইং ১৮ নৱেম্বৰ, ২০২১
মেষ ৰাশি – মেষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব৷ আপুনি কৰ্মক্ষেত্ৰ সজাগ নহলে সামান্য অন্য ব্যক্তিৰ দ্বাৰা ক্ষতি হোৱাৰ যোগ দেখা যায়।

বৃষ ৰাশি – বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন আগমন হ’ব৷ নতুন বস্ত্ৰ লাভ কৰিব পাৰে৷ সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ।

মিথুন ৰাশি – মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব৷ সজাগ নহলে আপুনি পাৱ লগীয়া বস্তু হানি হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি – কৰ্কট ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত জনপ্ৰিয়তা বাঢ়িব৷ বন্ধু লাভ হব৷

সিংহ ৰাশিৰ – সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব৷ ভ্ৰমণৰ সুযোগ লাভ হব৷

কন্যা ৰাশি – কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগৰ সুযোগ লাভ হব৷ সজাগ নহলে কৰ্মত সামান্য জতিলতা আহিব পাৰে।

তুলা ৰাশি – তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব৷ সন্তানৰ সুখ বাঢ়িব, যদিও আজি আপুনি শৰীৰৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

বৃশ্চিক ৰাশি – বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব৷ পাৰিবাৰিক সুখ বাঢ়িব৷ সজাগ নহলে সামান্য মনৰ আশা ভংগ হোৱাৰ যোগ।

ধনু ৰাশি – ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হব৷ ভ্ৰমণৰ সুযোগ লাভ হব৷ প্ৰেম আৰু কৰ্মত শুভ।

মকৰ ৰাশি – মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব৷ কৰ্মত শুভ হব, যদিও মনত সামান্য অহংকাৰী মনোভাৱ বৃদ্ধি পোৱাৰ যোগ।

কুম্ভ ৰাশি – কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত কৰ্মত সফল হ’ব৷ কৰ্মক্ষেত্ৰ উন্নতি হ’ব৷ লগতে ভ্ৰমণৰ সুযোগ লাভ।

মীন ৰাশি – মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শিল্পীসকলৰ শুভ হ’ব৷ শুভ সংবাদ লাভ কৰিব পাৰে যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য আঘাত পাব পাৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular