spot_img
13.7 C
Guwahati
13.7 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeজীৱন শৈলীৰাশিফলত চাওক আজিৰ দিনটো...

ৰাশিফলত চাওক আজিৰ দিনটো…

২১ আঘোন, বুধবাৰ, ইং ৮ ডিচেম্বৰ,২০২১


মেষ ৰাশি – মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব পাৰে৷ কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব পাৰে যদিও সামান্য পৰিৱৰ্তন  হোৱাৰ যোগ দেখা যায়। 


বৃষ ৰাশি – বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হ’ব৷ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰ যোগ।


মিথুন ৰাশি – মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত উন্নতি হ’ব৷ কৰ্মত সফলতা বাঢ়িব৷ প্ৰেমত শুভ।


কৰ্কট ৰাশি – কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত  ধন আগমন হ’ব৷ প্ৰেমত সামান্য জতিলতা বাঢ়িব পাৰে৷ কৰ্মত সামান্য বাধাৰ সৃষ্টিৰ যোগ।


সিংহ ৰাশিৰ- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু লাভ হ’ব৷ শুভ সংবাদ লাভ হ’ব৷ লগতে কৰ্মত সফলতা বৃদ্ধি হোৱাৰ যোগ।


কন্যা ৰাশি – কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন আগমন হ’ব৷ যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে৷ 


তুলা ৰাশি – তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব৷ লগতে আজি আপোন সন্মান লাভৰ যোগ দেখা যায়।


বৃশ্চিক ৰাশি- বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামান্য ব্যয় বাঢ়িব পাৰে৷ সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


ধনু ৰাশি – ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত শুভ৷ সামান্য প্ৰতাৰণাৰ সন্মুখীন হ’ব পাৰে৷ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


মকৰ ৰাশি – মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব৷ বন্ধু লাভ হ’ব৷ শুভ কৰ্মলৈ মনোনিবেশ হ’ব৷ শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধিৰ যোগ।   


কুম্ভ ৰাশি – কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব৷ কৰ্মত সামান্য গুৰুত্ব কমিব পাৰে৷ কৰ্মত সামান্য জতিলতাৰ সন্মুখীন হোৱাৰ যোগ।


মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ৷ কৰ্মত শুভ, লগতে আনৰ প্ৰশংসা লাভ হোৱাৰ যোগ দেখা যায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular