spot_img
26 C
Guwahati
Monday, September 27, 2021
spot_img
Homeজীৱন শৈলীৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

২০ ভাদ, সোমবাৰ, ৬ ছেপ্টেম্বৰ
তিথিঃ কৃষ্ণা চতুৰ্দশী, নক্ষত্ৰঃ ১নং মঘা


মেঘ : শাৰীৰ সুস্থ৷ সন্তান বা পৰিয়ালৰ বাবে মনত অশান্তি বৃদ্ধি ৷
বৃষ : শৰীৰৰ দিশত কিছু অশুভ কাৰক৷ মানসিক অশান্তি বৃদ্ধি হ’ব পাৰে।
মিথুন : শৰীৰৰ অশান্তি হ’ব পাৰে৷ মানসিক চিন্তাও বৃদ্ধি৷ প্ৰেমত শুভ৷
কৰ্কট : শৰীৰিক কষ্ট আৰু দুৰ্বলতা বৃদ্ধি৷মানসিক অশান্তি হ’ব পাৰে৷ প্ৰেম-প্ৰীতিত অশান্তি থাকিব৷
সিংহ : প্ৰেম-প্ৰীতিত শুভ৷ কৰ্ম, বাণিজ্য আৰু আৰ্থিক ক্ষেত্ৰত যোগাযোগ লাভ৷
কন্যা : শাৰীৰিক ক্ষেত্ৰত কিছু সুস্থতা৷ প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ৷
তুলা : মানসিক অশান্তি হ’ব পাৰে৷ প্ৰেমত শুভ৷
বৃশ্বিক : শাৰীৰত অসামান্য অশান্তি থাকিব৷ মানসিক অস্থিৰতা বৃদ্ধি হ’ব পাৰে৷
ধনু : শৰীৰ সুস্থ থাকিব৷ মানসিক অশান্তি কিছু থাকিব।
মকৰ : শাৰীৰিক অসুস্থতাৰ বৃদ্ধি৷ মানসিক অশান্তিও বৃদ্ধি হ’ব পাৰে৷
কুম্ভ : মানসিক অশান্তি বৃদ্ধি হ’ব পাৰে৷ প্ৰেমত শুভ৷
মীন : শৰীৰিক সুখ-শান্তি বৃদ্ধিৰ যোগ৷ মানসিক ক্ষেত্ৰত অস্থিৰতা বাঢ়িব পাৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
26 ° C
26 °
26 °
89 %
0kmh
75 %
Mon
34 °
Tue
32 °
Wed
30 °
Thu
30 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular