spot_img
28 C
Guwahati
Friday, September 24, 2021
spot_img
Homeআঞ্চলিকৰাশিফলত আজিৰ দিনটো.. কেনে হ’ব আজি আপোনাৰ দিনটো?

ৰাশিফলত আজিৰ দিনটো.. কেনে হ’ব আজি আপোনাৰ দিনটো?

১৮ ভাদ, শনিবাৰ, ৪ ছেপ্টেম্বৰ ২৬ মহৰম
তিথিঃ কৃষ্ণা দ্বাদশী, নক্ষত্ৰঃ পূষ্যা


মেঘ : শৰীৰৰ শুভ কাৰক হ’ব যদিও মনৰ চিন্তা, অশান্তি থাকিব৷ প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত অশান্তি৷
বৃষ : আশা পূৰণ৷ লিখা-পঢ়াত ব্যস্ত।
মিথুন : শৰীৰ সুস্থ-সবল হৈ থাকিব৷ মনৰ চিন্তা বৃদ্ধি।
কৰ্কট : ঘৰুৱা সম্পদ লাভ৷ শিল্পীৰ সুনাম বৃদ্ধি।
সিংহ : উচ্চ শিক্ষাৰ ক্ষেত্ৰত দু-চিন্তা বৃদ্ধি৷ প্ৰেম-প্ৰীতিত মনোকষ্ট।
কন্যা : প্ৰেমত আনন্দ৷ প্ৰশংসা লাভ।
তুলা : শৰীৰত পীড়া৷ আদৰ্শবাদী মনোভাৱ।
বৃশ্বিক : শাৰীৰিক উন্নতিৰ কাৰক৷ মানসিক ক্ষেত্ৰত শুভ।
ধনু : শাৰীৰিক-মানসিক অশান্তি হ্ৰাস৷ প্ৰেম-প্ৰীতিত শুভ।
মকৰ : মনৰ অস্থিৰতা বৃদ্ধি৷ পাৰিবাৰিক আৰু প্ৰেম-প্ৰীতিত শুভ।
কুম্ভ : উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ৷ প্ৰেম-প্ৰীতিত শুভ।
মীন : মনৰ মাজত অশান্তি বাঢ়িব৷ শিক্ষাৰ ক্ষেত্ৰত কিছু বাধা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
30.4 °
28 °
78 %
0kmh
40 %
Fri
33 °
Sat
33 °
Sun
34 °
Mon
31 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular