spot_img
32 C
Guwahati
Tuesday, September 28, 2021
Homeজীৱন শৈলীৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

১৯ ভাদ, দেওবাৰ, ৫ ছেপ্টেম্বৰ
তিথিঃ কৃষ্ণা ত্ৰয়োদশী, নক্ষত্ৰঃ ৯নং অশ্লেষা
মেঘ : শাৰীৰিক দিশত শুভ কাৰক হ’ব যদিও মনৰো সুখ অটুট থাকিব৷
বৃষ : শৰীৰৰ শুভ কাৰক৷ মনৰ অশান্তি বৃদ্ধি হ’ব পাৰে।
মিথুন : শৰীৰত বিষজনিত ৰোগৰ যোগ৷ মানসিক ক্ষেত্ৰত শুভ কাৰক৷
কৰ্কট : শৰীৰৰ ক্ষেত্ৰত শুভ যদিও সন্ধিয়ালৈ অশান্তিৰ কাৰক হ’ব পাৰে৷ প্ৰেম-প্ৰীতিত মধ্যমীয়া৷
সিংহ : শৰীৰত ৰোগে দেখা দিব পাৰে৷ শিক্ষাৰ্থীৰ উচ্চবিদ্যাৰ উৎসাহ-উদ্দীপনা বৃদ্ধি পাব৷
কন্যা : প্ৰেমত শুভ৷ আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ’ব৷
তুলা : শৰীৰ সুস্থ হৈ থাকিব৷ প্ৰেম-প্ৰীতি আৰু সাংসাৰিক ক্ষেত্ৰত মধ্যমীয়া।
বৃশ্বিক : শাৰীৰিক মধ্যমীয়া হ’ব৷ মানসিক অশান্তি বৃদ্ধি৷
ধনু : শৰীৰ শুভ৷ প্ৰেম-প্ৰীতিত সুখ-শান্তি।
মকৰ : শাৰীৰিক অসুস্থতাৰ যোগ৷ মনৰ অশান্তিও হ’ব পাৰে৷
কুম্ভ : শাৰীৰিকভাৱে শুভ যদিও মানসিক অশান্তি বৃদ্ধি হ’ব পাৰে৷
মীন : শৰীৰৰ সুস্থতাৰ যোগ৷ মানসিক অস্থিৰতা বাঢ়িব৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
34.4 °
32 °
66 %
2.1kmh
75 %
Tue
33 °
Wed
30 °
Thu
30 °
Fri
32 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular