spot_img
26 C
Guwahati
Monday, September 27, 2021
Homeআঞ্চলিকঘোষণা হ’ল বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: শীর্ষত বিশ্বনাথ

ঘোষণা হ’ল বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: শীর্ষত বিশ্বনাথ

গুৱাহাটী: আজি ঘোষণা হ’ল বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ ১১ বজাত অনলাইনযোগে ঘোষণা হয় ফলাফল৷ কেইবাটাও ৱেবছাইটত উপলব্ধ হয় ফলাফল৷ ৯৯.৪০ শতাংশ উত্তীৰ্ণৰে শীর্ষত বিশ্বনাথ জিলা৷ দ্বিতীয় স্থানত আছে বঙাইগাঁও জিলা৷ তৃতীয় স্থানত আছে বাকসা৷

পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ ‘ছেবা’ই মূল্যায়ণ কৰিলে ফলাফল৷ মোবাইল এপযোগেও চাব পাৰিব ফলাফল৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থী ৪,২৬,৫৫৩ জন৷

হাইমাদ্ৰাছাৰ মুঠ পৰীক্ষাৰ্থী ১২,২৭৫ জন৷ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব মাৰ্কশ্বীট৷ এইবৰ্ষত মুঠ উত্তীৰ্ণ হাৰ ৯৩.১০ শতাংশ৷

  • পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ
  • অৱতীৰ্ণ হৈছিল মুঠ ৪,২৬,৫৫৩ জন পৰীক্ষাৰ্থী
  • প্ৰথম বিভাগত উত্তীৰ্ণ ৮৮,৫২১ জন
  • দ্বিতীয় বিভাগত উত্তীৰ্ণ ১,৬০,২৯৮ জন
  • তৃতীয় বিভাগত উত্তীৰ্ণ ১,৪৮,৩১৩ জন পৰীক্ষাৰ্থী
  • উত্তীৰ্ণ হৈছে মুঠ ৩,৯৭,১৩২ জন পৰীক্ষাৰ্থী
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
26 ° C
26 °
26 °
89 %
0kmh
75 %
Mon
26 °
Tue
33 °
Wed
28 °
Thu
27 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular