spot_img
24.8 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeআঞ্চলিক৩১ জুলাইত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

৩১ জুলাইত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

গুৱাহাটী : ৩১ জুলাইত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল৷ এই কথা জনালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ কেইবাটাও ৱেবছাইটযোগে উপলব্ধ হ’ব ফলাফল৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ফলাফলসমূহ শিক্ষানুষ্ঠানসমুহলৈ ৩১জুলাইত পুৱা ৯বজাৰ আগত ই-মেইলযোগে প্ৰেৰণ কৰিব৷

এইবৰ্ষত উচ্চতৰ মাধ্যমিক মুঠ শিক্ষাৰ্থী আছিল ২৪৯৮১২গৰাকী৷ তাৰ ভিতৰত বিজ্ঞান শাখাৰ ৩৮,৪৩০গৰাকী৷ কলাশাখাৰ আছিল ১,৯১,৮৫৫গৰাকী, বাণিজ্য শাখাৰ ১৮,৪৪৩গৰাকী৷ কাৰিকৰী শাখাৰ ১,০৮১ গৰাকী৷ পৰীক্ষা অনুষ্ঠিত হৈছিল ৮২০ টা কেন্দ্ৰত৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ভিতৰত ১,৪৯৮টা শিক্ষা অনুষ্ঠান আছে৷ কেইবাটাও ৱেবছাইটযোগে উপলব্ধ হ’ব ফলাফল।

ৱেবছাইটসমূহ হ’ল- WWW. ASSAMRESULT.IN

WWW.NECARRIER.COM,

WWW.AHSEC.ASSAM.GOVT.IN

WWW.ASSAMJOBALERT.COM

WWW.SCHOOLS9.COM

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24.8 ° C
24.8 °
24.8 °
96 %
0.9kmh
89 %
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular