Google search engine
30 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeআঞ্চলিকধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ নগদ ধন

ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ নগদ ধন

ধুবুৰীঃ ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ অভিযান অব্যাহত। গৌৰীপুৰৰ দক্ষিণ টিয়ামাৰীত চলা এই অভিযানত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ কফ চিৰাফ আৰু নগদ ধন।

আৰু পঢ়িব পাৰিব :  ক’ভিডত মৃত্যু হোৱা হিন্দু ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া কৰাত সহায় মুছলমান যুৱকৰ

আটক চাৰিজনকৈ ড্ৰাগছ ব্যৱসায়ী ক্ৰমে হাফিজুৰ ৰহমান, ৰফিকুল ইছলাম, আমিৰ আলী, নিশাৰ আমিন। As 17 F 2747 নম্বৰৰ এখন ইয়ন গাড়ীত ড্ৰাগছখিনি লৈ আহিছিল চাৰি ড্ৰাগছ ব্যৱসায়ীয়ে। গাড়ীখনৰপৰা বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ, কফ চিৰাফ উদ্ধাৰ হোৱাৰ লগতে উদ্ধাৰ হৈছে এখন তৰোৱাল।

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
40 %
Mon
30 °
Tue
30 °
Wed
32 °
Thu
32 °
Fri
34 °

Watch latest Movies & TV Series on Prag Play

Most Popular