Google search engine
30 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeব্ৰেকিং নিউজসন্মুখত নিৰ্বাচন, ৰে’ল ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক

সন্মুখত নিৰ্বাচন, ৰে’ল ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক

কোঝিকোড় : কেৰালাৰ কোঝিকোড় ৰেল ষ্টেচনত উদ্ধাৰ হ’ল বৃহৎ পৰিমাণৰ বিস্ফোৰক। ১০০তকৈও অধিক জিলেটিন ষ্টিক আৰু ৩৫০টা ডিটনেটৰ উদ্ধাৰ হৈছে এগৰাকী ৰে’ল যাত্ৰীৰ পৰা।

আৰু পঢ়িব পাৰিব :খহনীয়া প্ৰতিৰোধৰ আঁচনিৰ কাম সম্পূৰ্ণ নৌহওতেই মাজুলীৰ পৰা পলায়ন টি কে কোম্পানী

ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, আৰপিএফে চেন্নাই-মংগলাপুৰম এক্সপ্ৰেছৰ এগৰাকী মহিলা যাত্ৰীৰ জিম্মাৰ পৰা এই বৃহৎ পৰিমাণৰ বিস্ফোৰকখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তামিলনাডুৰ বাসিন্দা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰু পঢ়িব পাৰিব :নৃশংস : হত্যাকাৰীয়ে ৰান্ধি খুৱালে ভুক্তভোগীৰ হৃদপিণ্ড

নিজৰ আসনৰ তলত বিস্ফোৰকখিনি ৰাখি ৰে’লত যাত্ৰা কৰিছিল মহিলাগৰাকীয়ে। আৰক্ষীয়ে বিভিন্ন দৃষ্টিকোণৰ পৰা এই ঘটনাৰ তদন্ত কৰি থকা বুলি প্ৰকাশ কৰিছে। কেৰালাত এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনেদৰে বৃহৎ মাত্ৰাত বিস্ফোৰক উদ্ধাৰ হোৱাটো চিন্তনীয় বুলি বিবেচিত হৈছে।

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
31.4 °
30 °
79 %
2.1kmh
75 %
Tue
29 °
Wed
30 °
Thu
33 °
Fri
26 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular