Google search engine
28 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeআঞ্চলিকমহানগৰীত ৰেপিড'ত ড্ৰাগছৰ বেহা! বিস্ফোৰক তথ্য ফাদিল

মহানগৰীত ৰেপিড’ত ড্ৰাগছৰ বেহা! বিস্ফোৰক তথ্য ফাদিল

গুৱাহাটীঃ মহানগৰীৰ দিছপুৰৰ ৰেপিড’ৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বন্ধ কোঠাত চালকক প্ৰহাৰ কৰে ৰেপিড’ কৰ্তৃপক্ষই। পৰিবহণৰ নামত ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ অভিযোগ ৰেপিড’ৰ বিৰুদ্ধে৷

আৰু পঢ়িব পাৰিব অধিনায়কৰ বিদায়! ছন্দপতন পঞ্জাব কিংছৰ


ৰেপিড’ৰ কিছুসংখ্যক চালকক টলা লগাই বন্ধ কৰি ৰাখিছিল কাৰ্যালয়ত৷ বিভিন্ন অভিযোগ লৈ কাৰ্যালয়লৈ গৈছিল প্ৰায় ২০গৰাকী চালক। C TO C ছাৰ্ভিচৰ জৰিয়তে ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ অভিযোগ ৰেপিড’ৰ বিৰুদ্ধে৷ অভিযোগ কৰাৰ বাবেই একাংশ চালকক প্ৰহাৰ ৰেপিড’ কৰ্তৃপক্ষৰ ভেৰণীয়া গুণ্ডা বাহিনীৰ।

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Mon
31 °
Tue
28 °
Wed
31 °
Thu
33 °
Fri
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular