Google search engine
26.7 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeব্ৰেকিং নিউজভাৰতত ক্ৰমাগত পঞ্চম দিনৰ বাবে কৰ'নাত আক্ৰান্তৰ অভিলেখ !

ভাৰতত ক্ৰমাগত পঞ্চম দিনৰ বাবে কৰ’নাত আক্ৰান্তৰ অভিলেখ !

নতুন দিল্লী : ভাৰতত ক্ৰমাগতভাৱে পঞ্চম দিনৰ বাবে কৰ’নাত আক্ৰান্তৰ সংখ্যাই অভিলেখ সৃষ্টি কৰিছে৷ দেওবাৰে দেশত ৩ লাখ ৫২ হাজাৰ ৯৯১জন লোক কৰ’নাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হয় ২,৮৯১ গৰাকী ক’ভিড ৰোগীৰ৷

আৰু পঢ়িব পাৰিব: শত্ৰুতা পাহৰি ভাৰতৰ সৈতে থকাৰ বাৰ্তা পাক প্ৰধানমন্ত্ৰীৰ…

দেশত এসপ্তাহত ৰোগীৰ সংখ্যা ২২.৪৯ লাখলৈ বৃদ্ধি পায়৷ বিগত সময়ছোৱাত কৰ’নাত আক্ৰান্তৰ দিশৰ পৰা ব্ৰাজিল, ব্ৰিটেইনক অতিক্ৰম কৰে ভাৰতে৷ বিশেষকৈ মহাৰাষ্ট্র, উত্তৰ প্ৰদেশত প্ৰতিদিনে বৃদ্ধি পাইছে সংক্ৰমণ৷ মহাৰাষ্ট্রত কালিৰ দিনটোত ৬৬ হাজাৰৰো অধিক লোক আক্ৰান্ত হয়৷

আৰু পঢ়িব পাৰিব:  বোৱাৰীক হত্যা কৰি ঘৰৰ সকলো সামগ্ৰী লৈ পলায়ন স্বামীৰ পৰিয়াল

আনহাতে, কৰ্ণাটক, কেৰালা, দিল্লীতো দৈনিক বৃদ্ধি পাইছে কৰ’না ৰোগীৰ সংখ্যা৷

RELATED ARTICLES

Today's Weather

Guwahati
moderate rain
26.7 ° C
26.7 °
26.7 °
92 %
1kmh
100 %
Tue
28 °
Wed
34 °
Thu
32 °
Fri
28 °
Sat
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular