Google search engine
30 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeআঞ্চলিকহত্যা নে দুৰ্ঘটনা! পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুক লৈ আৰক্ষীৰ হাতত নতুন তথ্য

হত্যা নে দুৰ্ঘটনা! পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুক লৈ আৰক্ষীৰ হাতত নতুন তথ্য

গুৱাহাটী : জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুৰ ঘটনাই নতুন মোৰ লোৱা দেখা গৈছে৷ আৰক্ষীৰ তদন্তত এই কথা প্ৰকাশ পাইছে। সাংবাদিকজনলৈ কিছুদিন পূৰ্বে আহিছিল ভাবুকি ভৰা মেছেজ৷

আৰু পঢ়িব পাৰিব :পুনৰ তেলখাদত ভয়ংকৰ অগ্নিকাণ্ড, ১০০০ লোকক স্থানান্তৰ…

ম’বাইলত দুটাকৈ মেছেজ দিছিল জনৈক জুলফিকৰ নামৰ এজন লোকে৷ ইতিমধ্যে সোধ-পোচৰ বাবে আৰক্ষীয়ে আটক কৰিছে জুলফিকৰক৷ উল্লেখ্য যে, হাতীগাঁৱৰ এটা নলাত উদ্ধাৰ হৈছিল সাংবাদিক চুতীয়াৰ মৃতদেহ৷

আৰু পঢ়িব পাৰিব :ভঙা ভৰিৰেই ৰণ অব্যাহত ৰাখিছে মমতা বেনাৰ্জীয়ে

নিজ বাসগৃহৰ সমীপতে উদ্ধাৰ হয় মৃতদেহটো৷ নিশা পানী-মটৰৰ ছুইচ দিবলৈ আহি নিখোঁজ হৈছিল চুতীয়া৷ চাঞ্চল্যকৰ ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে আৰক্ষী-চিআইডিৰ এটা দলে৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
40 %
Mon
30 °
Tue
30 °
Wed
32 °
Thu
32 °
Fri
34 °

Watch latest Movies & TV Series on Prag Play

Most Popular